অসম

লংকাৰ কাকীত চুৰিকাণ্ড

Asomiya Pratidin
  • লংকাৰ কাকীত চুৰিকাণ্ড

  • কাকী টঙিয়াৰ হলিৰাম মহতু নামৰ ব্যৱসায়ীজনৰ ঘৰত চুৰি

  • চোৰে লুটি নিলে নগদ ৯ লাখ টকাসহ দুটা সোণৰ আঙুঠি

  • ঘটনা সন্দৰ্ভত কাকী আৰক্ষীৰ তদন্ত অব্যাহত