অসম

মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ

Asomiya Pratidin
  • মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ

  • দুটা গভাইত চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

  • আৰক্ষীৰ গুলীত আহত চোৰ দুটা

  • আহত চোৰ দুটা মুকেশ কুমাৰ আৰু গৌৰৱ পাল

  • গীতানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল চোৰ দুটাক

  • আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা