অসম

মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা…

asomiyapratidin
  • লামডিং-বদৰপুৰ হিল ছেকশ্যনৰ মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ৰেল সেৱা ব্যাহত হৈ পৰে।
  • প্ৰায় ৫৭ কিলোমিটাৰ দূৰত্বৰ ৰেলপথ খহি পৰে।
  • যাৰ ফলত এই ৰে'ল পথেৰে কোনো ৰেল যাত্ৰা কৰিব নোৱাৰে।
  • ৰে'ল পথ মেৰামতিৰ কাম অব্যাহত আছে।
  • লামডিঙৰ ৰেল বিষয়া উপস্থিত উক্ত স্থানত।
  • লগতে মালিগাঁৱৰ পৰা ঘটনাস্থলীলৈ যায় ৰেল বিষয়া।