২০১৮ আৰু ২০১৯ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা।পলিছ লেখক Olga Tokarczuk লৈ ২০১৮ বৰ্ষৰ নোবেল বঁটা।আনহাতে ২০১৯ বৰ্ষৰ নোবেল বঁটা আগবঢ়োৱা হৈছে অষ্ট্ৰিয়ান লেখক Peter Handkeলৈ।কিছু সময়ক পূৰ্বে কৰা হয় এই ঘোষণা।