অসম

শক্তিপীঠ কামাখ্যা দৰ্শনলৈ গ’লে কৰিব লাগিব কোভিড টেষ্ট

asomiyapratidin
  • কামাখ্যাধাম দৰ্শনলৈ গ'লে পুনৰ কৰিব লাগিব কোৰোনা টেষ্ট।
  • পুনৰ কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।
  • সকলো দৰ্শনাৰ্থীয়ে কৰিব লাগিব এন্টিজেন টেষ্ট।
  • শক্তিপীঠ কামাখ্যাৰ পুৰহিতসকলেও কৰিব লাগিব কভিড টেষ্ট।