অসম

নিৰ্বাচনী প্ৰচাৰৰ মাজত থাওৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক আক্ৰমণ…

asomiyapratidin
  • থাওৰাৰ কংগ্রেছ প্রাৰ্থী সুশান্ত বৰগোহাঁইৰ ওপৰত আক্রমণ।
  • সমষ্টিটোৰ ৰাজমাই বাগানৰ ৰাজন খণ্ডত সংঘটিত হৈছে এই ঘটনা।
  • নিৰ্বাচনী প্রচাৰ চলাবলৈ গৈছিল কংগ্রেছ প্রাৰ্থীগৰাকী।
  • বিজেপি প্রাৰ্থী কুশল দুৱৰীৰ সমৰ্থকে আক্রমণ কৰাৰ অভিযোগ।