অসম

তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

asomiyapratidin
  • তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • পিঠাখোৱাত পিতৃয়ে হত্যা কৰিলে পুত্ৰক।
  • হত্যাকাৰী পিতৃৰ নাম ৰমণী নাথ।
  • পুত্ৰৰ নাম ধ্ৰৱজ্যোতি নাথ।
  • ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • ৰমণী নাথৰ বাসগৃহ জ্বলালে স্থানীয় ৰাইজে।