- শনিবাৰে দুপৰীয়া তেজপুৰত কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ এজন যুৱকৰ৷
- দলঙৰ ওপৰত বাইক ৰখাই লুইতত জাঁপ দিয়ে যুৱকজনে।
- এইপৰ্যন্ত জানিব পৰা নাই যুৱকজনৰ পৰিচয়।
- ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
- আৰক্ষীয়ে উদ্ধাৰ কৰিছে এএছ ১২পি ৮৫৮২ নম্বৰৰ যুৱকজনৰ পালছাৰ বাইকখন৷