অসম

তেজপুৰ-কলিয়াবৰ সংযোগী ৰাষ্ট্রীয় ঘাইপথত নিশা গাড়ী ৰখাই আৰোহীক আক্ৰমণ কৰিলে ডকাইতে…

asomiyapratidin
  • তেজপুৰ-কলিয়াবৰ সংযোগী ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ কাণ্ড।
  • নিশা গাড়ী ৰখাই আৰোহীক আক্ৰমণ কৰিলে ডকাইতে।
  • প্ৰথমে শিলগুটিৰে আক্ৰমণ কৰি ৰখালে জেন গাড়ীখন।
  • ৪ জন যাত্ৰীৰ পৰা ধন আৰু সা-সামগ্ৰী লুটিলে ডকাইতে।
  • বিকাশ সোণোৱাল নামৰ এজন যাত্ৰীক আক্ৰমণ ।
  • সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটীলৈ প্ৰেৰণ।
  • গাড়ীখনত থকা চাৰিওজন যাত্ৰী এয়াৰটেলৰ কৰ্মচাৰী ।