তেজপুৰৰ জয়মতী পথাৰস্থিত চিআৰপিএফ কেম্পত অঘটন।নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা জোৱানৰ।বতৰ্মানলৈকে জোৱানজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।মৃত জোৱানজনৰ নাম দিগম্বৰ মাধৱ।মৃত জোৱানজনৰ ঘৰ মুম্বাইত বুলি জানিব পৰা গৈছে।