- তেজপুৰত দিন ডকাইতি।
- ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তেজপুৰ প্ৰধান শাখাত সংঘটিত হৈছে এই দিন ডকাইতি।
- কেছ কাউণ্টাৰৰ পৰাই দুৰ্বৃত্তই লুটি নিলে টকা।
- দুৰ্বৃত্তই লুটিলে ৪ লাখ ৫০ হাজাৰ টকা।
- দুৰ্বৃত্তই লুটি নিয়া টকাখিনি বিনোদ চৌধুৰী নামৰ এজন ব্যৱসায়ীৰ।
- ব্যৱসায়ীজনে বেংকত জমা কৰিছিল ধনখিনি।
- ধনখিনি জমা দিয়াৰ ক্ষন্তেক পিছতে লৈ যায় দুৰ্বৃত্তই।
- ইফালে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰ চেষ্টাৰ অভিযোগ।
- চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।