অসম

সুখবৰঃ টেট উত্তীৰ্ণ ১ লাখ প্ৰাৰ্থীক দিয়া হ’ব চাকৰি…

asomiyapratidin
  • টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ বাবে আহিল সুখবৰ।
  • চলিত বৰ্ষৰ ভিতৰতে এই ১ লাখ প্ৰাৰ্থীক শিক্ষা বিভাগে দিব চাকৰি।
  • শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিলে এই ঘোষণা।