অসম

মন্ত্ৰী অতুল বৰাক আগুৰি ধৰি ক’লা পতাকা দেখুৱাই খেদিলে আছু, যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাই, VIDEO

asomiyapratidin
  • টীয়কৰ কলিয়াপানীত মন্ত্ৰী অতুল বৰাক ক'লা পতাকা প্ৰদৰ্শন।
  • ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাই দেখুৱালে ক'লা পতাকা।
  • ক'লা পতাকা দেখি পথ সলালে মন্ত্ৰীগৰাকীয়ে।
  • এখন সাংগঠনিক সভালৈ গৈছিল মন্ত্ৰীগৰাকী।
  • সেই সময়তে তেওঁক কা বিৰোধিতাৰে দেখুৱালে ক'লা পতাকা।
  • অতুল বৰা গ' বেক ধ্বনি দিলে প্ৰতিবাদকাৰীসকলে।