অসম

টীয়কত মাছ ধৰিবলৈ গৈ এজন লোকৰ মৃত্যু

Asomiya Pratidin

টীয়কত মাছ ধৰিবলৈ গৈ এজন লোকৰ মৃত্যু

পথাৰৰ মাজত থকা পুখুৰীত পৰি মৃত্যু লোকজনৰ

মৃত লোকজন কাকজানৰ দুলীয়া গাঁৱৰ দীন আলম

টীয়ক FRUত লোকজনক মৃত ঘোষণা চিকিৎসকৰ