অসম

এছ বি আইৰ সমুখৰ পৰা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকা

asomiyapratidin
  • তেজপুৰত দিন-দুপৰতে দুৰ্বৃত্তৰ লুটপাত।
  • এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ১.৫০ লাখ টকা।
  • লুটি নিয়া ধনখিনি আছিল ইয়ানু বৰ্মন নামৰ এগৰাকী মহিলাৰ।
  • তেজপুৰৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
  • টকাৰ বেগ লৈ বাইকেৰে পলায়ন কৰে দুৰ্বৃত্তই।
  • বেংকৰ পৰা ধনখিনি উলিয়াই আনিছিল মহিলাগৰাকীয়ে।