অসম

হিমন্ত বিশ্ব মোৰ বৰপুত্ৰ আছিলঃ তৰুণ গগৈ

asomiyapratidin
  • হাউলীত আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
  • প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মতে- বৰপেটা, ধুবুৰী আৰু নগাঁওতো জয়ী হ'ব কংগ্ৰেছ।
  • হিমন্ত বিশ্বক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
  • গগৈয়ে কয়- 'হিমন্ত বিশ্ব এদিন মোৰ বৰপুত্ৰ আছিল, আজি মোডীৰ বৰপুত্ৰ হ'ল।'
  • 'বৰপেটাত মুছলমান দেখে কাৰণে হিমন্ত নাহে বৰপেটালৈ।'
  • গগৈৰ মন্তব্য- 'মই ধূতিৰ ৰাজনীতিও কৰো, লুংগীৰ ৰাজনীতিও কৰো।'
  • অগপক গুপ্ত হত্যাকাৰী দল আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।