অসমৰ প্ৰথমজন ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ মৃত্যু।মহানগৰীৰ হায়াত হাস্পতালত তেওঁৰ মৃত্যু হয়।শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্মন।শনিবাৰে সন্ধিয়াৰ ভাগত তেওঁৰ মৃত্যু হয়।তেওঁৰ মৃত্যুত সাংবাদিক মহলত শোকৰ ছাঁ।