অসম

তামুলপুৰত বেংক বিষয়া কোৰোনাত আক্ৰান্ত

asomiyapratidin


ডিজিটেল ডেস্কঃ অসম গ্ৰামীণ বিকাশ বেংকৰ তামুলপুৰ শাখাৰ পৰিচালক কোৰোনাত আক্ৰান্ত।
কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে তামুলপুৰৰ শাখাটো।
ইতিমধ্যে স্বাস্থ্য বিভাগে ছীল কৰিছে অসম গ্ৰামীণ বিকাশ বেংকৰ তামুলপুৰ শাখাষ
কোৰোনা ৰোগীৰ সংস্পৰ্শলৈ আহিছিল বেংক বিষয়াজন।
বিষয়াজনৰ নাম পাপুমনি ডেকা।
শুকুৰবাৰেও কাৰ্যালয়লৈ আহিছিল পাপুমনি ডেকা