গোলাঘাটৰ চিংফুৰা গাঁৱত ছোৱাইন ফ্লুৰ প্রাদুৰ্ভাৱ।ছোৱাইন ফ্লুৰ আক্রান্ত হৈ ১০টা গাহৰিৰ মৃত্যু।কিছুদিন পূৰ্বে বৰকছাৰীত মৃত্যু হৈছিল শতাধিক গাহৰিৰ।উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ পশুপালক সকল.। বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ।