শুকুৰবাৰৰ পৰা পাণ্ডু, মালিগাঁৱত হ'ব ৰেপিড এন্টিজেন (Rapid antigen) টেষ্ট।অঞ্চলটোৰ প্রতিগৰাকী লোকৰ শ্বাৱ সংগ্রহ কৰিব স্বাস্থ্য বিভাগে।উল্লেখ্য যে, এই ৰেপিড এন্টিজেন টেষ্ট ৱাৰ্ড ভিত্তিত কৰা নহয়।শুকুৰবাৰৰ পুৱাৰ পৰা আৰম্ভ হ'ব শ্বাৱ সংগ্রহ অভিযান।