- নাগৰিকত্ব সংশোধনী আইনক লৈ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক সমীক্ষা।
- 'কা'ৰ সমৰ্থন নে বিৰোধিতা কৰে এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াযোগে চলোৱা হৈছে সমীক্ষা।
- ২০ মিনিটতে প্ৰায় ২ সহস্ৰাধিক লোকে আগবঢ়াইছে মতামত।
- আপোনালোকেও এই সমীক্ষাত অংশ ল'ব পাৰিব।
- অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰয়াস বাস্তৱ ছবিখন দাঙি ধৰা।
- তলত উল্লেখিত লিংকত আপুনি এই আইনখনৰ সমৰ্থন কৰিলে লিখিব লাগিব 'Y'।
- আৰু আইনখনৰ বিৰোধিতা কৰিলে লিখিব 'N'
- আমাৰ লক্ষ্য ৫০ হাজাৰ মতামত সংগ্ৰহ কৰা।
- তাৰ আধাৰতে প্ৰকাশ কৰা হ'ব ফলাফল।
- এজন লোকৰ এটা মতামতহে গ্ৰাহ্য কৰা হ'ব।
- 'Y' বা 'N'ৰ সলনি আন মতামত গ্ৰহণ কৰা নহয়।
এই সন্দৰ্ভত মতামত দিবলৈ আপুনি ক্লিক কৰক তলৰ লিংকটোত-
https://www.facebook.com/442765899156391/posts/2183136708452626/