অসম

নাগালেণ্ডত দুই আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন…

asomiyapratidin
  • নাগালেণ্ডত দুই আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন ।
  • সেনা বাহিনীৰ ওচৰত আত্ম সমৰ্পন আলফা সদস্য দুজনৰ ।
  • আলফা সদস্য দুজন হ'ল নয়ন জ্যোতি আৰু কদম গগৈ ।
  • কদম গগৈৰ ঘৰ গোলাঘাটত বুলি জানিব পৰা গৈছে ।