শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় দেশৰ মুখ্য নিৰ্বাচন বিষয়া ।মা কামাখ্যাৰ আশীষ বিচাৰি বুধবাৰে পুৱাতে উপস্থিত সুনীল আৰোৰা ।সুনীল আৰোৰাৰ সৈতে মন্দিৰ দৰ্শন কৰে নিৰ্বাচন আয়োগৰ দলটোৱে ।মা কামাখ্যাত পূজা-অৰ্চনা আগবঢ়াই নিৰ্বাচন আয়োগৰ দলটোৱে ।