অসম

মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ অৰ্ণৱ গগৈৰ সাফল্য

Asomiya Pratidin
  • মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ অৰ্ণৱ গগৈৰ সাফল্য।

  • সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে অৰ্ণৱে।

  • মেধাৱী ছাত্ৰগৰাকীয়ে লাভ কৰিছে ৯৪.১৬ শতাংশ নম্বৰ।

  • ৬টা বিষয়ত লেটাৰসহ ডিষ্টিংচন লাভ কৰিছে অৰ্ণৱে।

  • ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰগৰাকী।

  • উল্লেখ কৰা প্ৰয়োজন যে বাঁহীবাদক আৰু ঢোলবাদক হিচাপে অৰ্ণৱ গগৈৰ অঞ্চলটোত সুনাম আছে।