চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে সুবোধৰ জামিন।ন্যায়াধীশ মীৰ আলফাজাৰ আদালতে মঞ্জুৰ কৰে বিশ্বাসৰ জামিন আবেদন।২০১৭ চনৰ ৬ মাৰ্চত চিলাপথাৰত আছুৰ কাৰ্যালয় লণ্ড ভণ্ড কৰিছিল সুবোধ বিশ্বাসে।