অসম

আজি ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল...

Asomiya Pratidin
  • ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল ।

  • ২০২১ বৰ্ষত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ নিযুক্তি পৰীক্ষা ।

  • দেওবাৰে উক্ত পদ সমূহৰ ফলাফল ঘোষণা কৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ।

  • পৰীক্ষাৰ্থী সকলে www.slpbr.com ৱেবচাইট যোগে ফলাফল সমূহ চাব পাৰিব।