শুৱালকুছিত পথ দুৰ্ঘটনা।দ্ৰুতবেগী স্কুটী নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল ৰাজপথত।দুৰ্ঘটনাত নিহত স্কুটী আৰোহীজন।চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু স্কুটী আৰোহীজনৰ।স্কুটী আৰোহীজনৰ নাম মৃদুল বৈশ্য বুলি জানিব পৰা গৈছে।