ছাত্র মুক্তিৰ নেতাক আটক হাইলাকান্দিত।ৰে'লপথ অৱৰোধ কৰাৰ সময়ত আটক তেওঁলোকক।বন্ধ সমৰ্থন কৰি ৰাজপথলৈ ওলাই আহিছিল সমৰ্থকসকল।ৰে'লপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল সংগঠনটোৰ সদস্যসকলে।সেই সময়তে আটক কৰে আৰক্ষীয়ে।