অসম

নামৰূপত ধুমুহাত মৃত্যু এজন লোকৰ

Asomiya Pratidin
  • নামৰূপত ধুমুহাত মৃত্যু এজন লোকৰ

  • নামৰূপ নিগাম তিনিআলিত সংঘটিত এই ঘটনা

  • ধুমুহাত পথত বাগৰি পৰা গছত খুন্দা বাইক আৰোহীৰ

  • থিতাতে নিহত বাইক আৰোহী চুবেদি সত্য নামৰ লোকজন

  • নিহত লোকজনৰ ঘৰ নামৰূপ ৰুকং বাগানত