অসম

ষষ্ঠীৰ দিনাই মহানগৰ বাসীক ৰাজ্য চৰকাৰে দিলে বিশেষ উপহাৰ…

asomiyapratidin
  • ষষ্ঠীৰ দিনাই মহানগৰবাসীলৈ সুখবৰ ।
  • আনুষ্ঠানিক ভাবে মুকলি কৰা হ'ল গনেগুৰি উৰনীয়া সেতু ।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে নৱ নিৰ্মিত উৰণীয়া সেতু খন ।
  • বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণৰ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন, আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দুৰ্যোগ প্ৰশমন আৰু ৰাজহ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মোহন ।
  • প্ৰস্তাৱিত ৩০ মাহৰ লক্ষ্যৰ বিপৰীতে ১৯ মাহতে নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ল উৰণীয়া সেঁতুখনৰ।
  • এই নৱ নিৰ্মিত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৪২৫.৫০ মিটাৰ।
  • এই উৰণীয়া সেতুখন ৰাজ্য চৰকাৰৰ স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত ৫৮.৭৪ কোটি টকা ব্যয় কৰি নিৰ্মান কৰে ।