অসম

ষ্টাৰ স্পৰ্টছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ সাক্ষাৎকাৰ…

asomiyapratidin
  • ষ্টাৰ স্পৰ্টছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ সাক্ষাৎকাৰ।
  • অলিম্পিকৰ শীৰ্ষ ৫ দেশৰ ভিতৰত থাকিব ভাৰত।
  • এই সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে ক'লে- ক্ৰিকেট, ফুটবল, বেডমিন্টন তেওঁৰ প্ৰিয় বুলি।
  • তেওঁক সোধা হৈছিল শেষৰ বাৰৰ তেওঁ ক্ৰিকেট কেতিয়া খেলিছিল।
  • মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতে শেষ বাৰৰ বাবে খেলিছিল ক্ৰিকেট।
  • তেওঁৰ প্ৰিয় খেলুৱৈ কপিল দেৱ।
  • কে এল ৰাহুল নতুন প্ৰজন্মৰ ভিতৰত প্ৰিয় খেলুৱৈ সৰ্বানন্দ সোণোৱালৰ।
  • কপিল দেৱৰ সংঘৰ্ষময় জীৱন ভাল লাগে তেওঁৰ।
  • মনত পেলালে কপিল দেৱে বিশ্বকাপ দাঙি লোৱা সময়ত তেওঁ আছিল কানৈ কলেজৰ ছাত্ৰ।
  • অসমৰ ক্ৰীড়া জগতৰ সন্দৰ্ভতো কিছু কথা ক'লে তেওঁ।
  • গুৱাহাটীৰ খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ পূৰ্বে এই সাক্ষাৎকাৰ লৈছিল ষ্টাৰ স্পৰ্টছ ইণ্ডিয়াই।