- দেওবাৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
- শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত গৃহমন্ত্রী অমিত শ্বাহৰ বিশেষ অনুষ্ঠান।
- এই অনুষ্ঠানত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়-
- 'নিৰ্বাচনৰ পিছত এয়া মোৰ প্রথমটো অসম ভ্রমণ'
- 'বিভিন্নজনে বিভিন্ন কথা কৈছিল'
- 'দ্বিতীয়বাৰ চৰকাৰ অহাত স্পষ্ট, অসমে হিংসা, সন্ত্রাসবাদ নিবিচাৰে'
- 'অসমবাসীয়ে বিচাৰে কেৱল উন্নতি'
- 'উত্তৰ-পূবৰ সকলো সংস্কৃতি ভাৰতৰ অলংকাৰ বুলি মানে'
https://twitter.com/i/broadcasts/1YqxoyAzgnbGv
- 'অসমৰ এতিয়া দুয়োফালে লাভ হ'ব'
- 'সোণোৱাল কেন্দ্রত কেবিনেট মন্ত্রী, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী'
- 'প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে উত্তৰ-পূবক গুৰুত্ব দিছে'
- 'কৰ্কট ৰোগৰ বাবে এতিয়া দিল্লী যাব নালাগে'
- 'বিটিআৰ চুক্তিৰ অংগ তামুলপুৰ চিকিৎসা মহাবিদ্যালয়'
- '২০২৪ৰ ভিতৰতে বড়ো শান্ত চুক্তিৰ সকলো দিশ কাৰ্যকৰী হ'ব'
- 'অসম চুক্তি কেৱল বিজেপিয়েই খুলিলে'
- 'কাৰ্বি শান্তি চুক্তিৰ আনুষ্ঠানিকতাহে বাকী আছে'
- 'স্বাস্থ্য খণ্ডত অসম দেশৰ ভিতৰতে উল্লেখযোগ্য হিচাপে জিলিকিব'