দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ-
- দক্ষিণ শালমাৰা জিলা পৰিষদত এ আই ইউ ডি এফৰ অগ্ৰগতি।
- সুখচৰ জিলা পৰিষদত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী।
- ফেকামাৰী জিলা পৰিষদত অসম গণ পৰিষদৰ অগ্ৰগতি।
- কালাপানী জিলা পৰিষদত এ আই ইউ ডি এফৰ অগ্ৰগতি।
- কাকৰিপাৰা জিলা পৰিষদত এ আই ইউ ডি এফৰ অগ্ৰগতি।
দক্ষিণ শালমাৰা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ বৰ্তমানৰ ফলাফল-
- আঞ্চলিক পঞ্চায়তৰ সদস্য- ০
- গাঁও পঞ্চায়তৰ সভাপতি- ০
- পঞ্চায়তৰ সদস্য- ০৭
- অসম গণ পৰিষদ
আঞ্চলিক পঞ্চায়ত- ০২ - গাঁও পঞ্চায়তৰ সভাপতি- ০২
- পঞ্চায়তৰ সদস্য- ২২
- আঞ্চলিক পঞ্চায়তৰ সদস্য- ০২
- সভাপতি- ০১
- পঞ্চায়তৰ সদস্য- ২৭
- আঞ্চলিক সদস্য- ০৭
- সভাপতি- ০৭
- পঞ্চায়ত সদস্য- ৩৮
- আঞ্চলিক সদস্য- ০১
- পঞ্চায়ত সদস্য- ১৫