দক্ষিণ কামৰূপৰ কুকুৰমাৰাত গা ধুবলৈ গৈ সন্ধানহীন ৩গৰাকী ছাত্ৰী। কলহী নৈত সন্ধানহীন ছাত্ৰীকেইগৰাকী। সন্ধানহীন প্ৰীতি কলিতা, মৌচুমী কলিতা আৰু ৰিংকি কলিতা। ছাত্ৰীকেইগৰাকীক বিচাৰি অভিযান অব্যাহত। স্থানীয় ৰাইজে চলাই আছে উদ্ধাৰ অভিযান।