অসম

কাজিৰঙাৰ কঁহৰাত আৰক্ষীৰ জালত ৭ চোৰাং চিকাৰী

asomiyapratidin
  • কাজিৰঙাৰ কঁহৰাত আৰক্ষীৰ জালত ৭ চোৰাং চিকাৰী।
  • বন বিভাগ আৰু আৰক্ষীয়ে মিলি অভিযান চলাই গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰীকেইজনক।
  • ধৃত চোৰাং চিকাৰী কেইজনৰ পৰা জব্দ কৰা হৈছে বহু পৰিমাণৰ বাঘৰ ছাল আৰু হাড়।
  • কাৰ্বি আংলঙৰ কৰজুট পাহাৰত চোৰাং চিকাৰী কেইজনে ঢেকীয়াপতীয়া বাঘ হত্যা কৰাৰ সন্দেহ।
  • আৰক্ষীয়ে আটাইকেইজনে অব্যাহত ৰাখিছে সোধপোছ।