জামুগুৰি আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা...
জামুগুৰি আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা... 
শোণিতপুৰ

জামুগুৰি আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সুৰা...

Asomiya Pratidin
  • জামুগুৰিহাটৰ নাহৰবাৰীত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ।

  • জামুগুৰি আৰক্ষীৰ অভিযানত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি।

  • অভিযানৰ নেতৃত্বত আছিল জমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি বৰা।

  • এজন লোকৰ ঘৰৰ পৰা জব্দ কৰা হৈছে এই সুৰাখিনি।

  • জানিব পৰা মতে প্ৰায় ২০০ বটল অবৈধ সুৰা জব্দ কৰিছে আৰক্ষীয়ে।