খৰি কাটিবলৈ গৈ কিদৰে মৃত্যু হ'ল কুনেশ্বৰৰ...
খৰি কাটিবলৈ গৈ কিদৰে মৃত্যু হ'ল কুনেশ্বৰৰ... 
শোণিতপুৰ

খৰি কাটিবলৈ গৈ কিদৰে মৃত্যু হ'ল কুনেশ্বৰৰ...

Asomiya Pratidin
  • শোণিতপুৰত উদ্ধাৰ হৈছে এটা মৃতদেহ।

  • জিলাখনৰ সোণাইৰূপাই অভয়াৰণ্যত উদ্ধাৰ হৈছে এই মৃতদেহ।

  • উদ্ধাৰ হোৱা মৃতদেহটো ৰঙাপৰাৰ ২ নং উৰহিলগাৰ এজন লোকৰ বুলি চিনাক্তা কৰা হৈছে।

  • উদ্ধাৰ হোৱা মৃত ব্যক্তিজনৰ নাম কুনেশ্বৰ স্বৰ্গীয়াৰী।

  • আজি পুৱা খৰি কাটিবলৈ ওলায় গৈছিল ব্যক্তিজন।

  • তাৰ পিছতে বিয়লি কুনেশ্বৰ স্বৰ্গীয়াৰীৰ মৃতদেহ উদ্ধাৰ হয়।

  • ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে উদ্ধাৰ কৰি এই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

  • কুনেশ্বৰ স্বৰ্গীয়াৰীৰ কিদৰে মৃত্যু হ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।