sonari
sonari 
অসম

সোণাৰি সদৰ থানাত আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থক...

Asomiya Pratidin
  • সোণাৰি সদৰ থানাত ভয়ংকৰ ঘটনা।

  • আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থক।

  • ডিঙিত তিনিটা গুলী লাগে জোৱানজনৰ।

  • নিহত আৰক্ষীজনৰ নাম গকুল বসুমতাৰী।

  • অভিযুক্ত দীপক কাকতিৰ আত্মসমৰ্পণ।