সোণাৰীৰ অভয়পুৰত পথ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰিল এখন টাটা ডি আই।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰায় ৪০জনকৈ চাহ শ্ৰমিক।আহত আটাইকেইজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি উভতি অহা সময়তে দুৰ্ঘটনা।