সোণাপুৰৰ বাৰঘৰীয়াত ভয়ংকৰ ঘটনা।যুৱকৰ দাৰ ঘাপত নিহত এটি ৪ বছৰীয়া শিশু।হত্যাকাৰী মানসিক বিকাৰগ্ৰস্ত অৰ্জুন ৰংহাং।শিশুটিয়ে ডিগাৰু নৈৰ কাষত খেলি থকা অৱস্থাত এই ঘটনা।আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী অৰ্জুন ৰংহাঙক।