অসম

পুত্ৰৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল মাতৃৰ, পত্নীকো দিছিল জ্বলাই

Asomiya Pratidin
  • মায়ঙত চাঞ্চল্যকৰ হত্যাকাণ্ড।

  • পুত্রই কুঠাৰেৰে ডিঙিত ঘপিয়াই হত্যা কৰিলে মাতৃক।

  • মৃত মহিলাগৰাকীৰ নাম যোগেমাই দেৱী।

  • হত্যকাৰী নাৰায়ণ নাথক আটক কৰে আৰক্ষীয়ে।

  • ইয়াৰ পূৰ্বেও পত্নীকো জ্বলাই হত্যা কৰিছিল নাৰায়ণ নাথে।

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।