অসম

নৃশংস! পুত্ৰই মৰিয়াই হত্যা কৰিলে মাতৃক

asomiyapratidin
  • গোসাইগাঁৱৰ শিমলাবাৰি টাপুত নৃশংস হত্যাকাণ্ড।
  • পুত্রই কাঠৰ টুকুৰাৰে মাৰি হত্যা কৰিলে মাতৃক।
  • মৃত মহিলাগৰাকী সুমি টুডু।
  • মাতৃ-পুত্রৰ মাজত হোৱা কাজিয়াৰ ফলত সংঘটিত এই হত্যাকাণ্ড।
  • বুধবাৰে পোহৰলৈ আহে এই ঘটনা।