Skill kits Arrest Koushik Baishya
Skill kits Arrest Koushik Baishya 
অসম

পল্টনবজাৰ আৰক্ষীয়ে আটক কৰে ৫০০ কোটি কেলেংকাৰীৰ খলনায়ক কৌশিক বৈশ্যক...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৫০০ কোটি কেলেংকাৰীৰ খলনায়ক কৌশিক বৈশ্যক আটক কৰে আৰক্ষীয়ে। জু-ৰোডৰ বাসগৃহৰ পৰা আটক পল্টন বজাৰ আৰক্ষীয়ে আটক কৰে কৌশিক বৈশ্যক।

উল্লেখ্য যে আৰক্ষীয়ে আটক কৰি পল্টন বজাৰ থানাত জেৰা কৰে কৌশিক বৈশ্যক। বৈশ্যৰ নেতৃত্বতে ধন আত্মসাৎ কৰিছিল স্কিল কিটছ নামৰ কোম্পানীটোৱে।