ভূগোল বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ ভুৱা প্ৰচাৰ সন্দৰ্ভত পুনৰ ৬ ছাত্ৰক আটক
ভূগোল বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ ভুৱা প্ৰচাৰ সন্দৰ্ভত পুনৰ ৬ ছাত্ৰক আটক 
অসম

ভূগোল বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ ভুৱা প্ৰচাৰ সন্দৰ্ভত পুনৰ ৬ ছাত্ৰক আটক

Asomiya Pratidin
  • মেট্রিক পৰীক্ষাৰ ভুৱা ভূগোল প্রশ্নকাকত ফাদিল কাণ্ড।

  • আটক কৰা হৈছে আন ৬জনক ছাত্ৰক।

  • ভুৱা প্রচাৰ চলোৱাৰ অভিযোগ শিৱসাগৰত আটক কৰা হৈছে ৬জন শিক্ষাৰ্থীক।

  • শিৱসাগৰ আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰে ৬ শিক্ষাৰ্থীক।

  • আটাইকেইগৰাকী শিক্ষাৰ্থীক আৰক্ষী অধীক্ষকৰ কাৰ্যালায়ত জেৰা।

  • ইয়াৰ পূৰ্বে শিৱসাগৰ আৰু নগাঁৱৰ পৰা আটক কৰিছিল আন দুজন ছাত্ৰক।