অসম

ফটো তুলিবলৈ গৈ দিচাং নৈত পৰা দুই যুৱতী সন্ধানহীন

asomiyapratidin
  • শিৱসাগৰৰ দিচাংমুখৰ অফলাত অঘটন।
  • ফটো তুলি থাকোঁতে দিচাং নৈত পৰিল দুগৰাকী যুৱতী।
  • যুৱতী দুগৰাকীৰ নাম আজলী ছেত্ৰী আৰু পূৰ্ণিমা ছেত্ৰী।
  • পানীত বুৰ যোৱা যুৱতী দুগৰাকীক বিচাৰি স্থানীয় ৰাইজে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।