অসম

শিৱসাগৰৰ গেলেকীত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

asomiyapratidin
  • শিৱসাগৰ জিলাৰ গেলেকীত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ।
  • সেনা-বাহিনীৰ সহযোগত মাৰণাস্ত্ৰসহ আৰক্ষীয়ে আটক কৰিলে দুজন লোকক।
  • জব্দ কৰিলে ইটালীত নিৰ্মিত এটা .২২ পিষ্টল।
  • ধৃত লোক দুজন ক্ৰমে জাকিৰ আলী আৰু ইউচুফ আলী।