শিৱসাগৰৰ হাইপৰা আলিত অঘটন।বনভোজকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত।কাৰ্বি আংলঙৰ ডংকাৰ পৰা শিৱসাগৰলৈ বনভোজ খাবলৈ গৈছিল দলটো।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনো লোক।আহতসকলক হাস্পতালত ভৰ্তি।দুৰ্ঘটনাৰ পিছতে পলায়ন চালকৰ।