অসম

শিৱসাগৰত ট্ৰাকে মহতিয়ালে এজনক

asomiyapratidin
  • শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা।
  • নামতিৰ মিছাজানত এখন ট্ৰাকে মহতিয়ালে এজনক।
  • দুৰ্ঘটনাটোত থিতাতে নিহত হয় নবুল আলী নামৰ এজন লোক।
  • জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী আছিল মৃত লোকজন।