শিৱসাগৰ

শিৱসাগৰত জুৱা খেলৰ সংঘাতত আহত বিজেপি নেতা

Asomiya Pratidin
  • শিৱসাগৰত জুৱা খেলক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি

  • নিজৰ মাজতে হোৱা সংঘাতত আহত বিজেপি (BJP) নেতা

  • জুৱা খেলৰ মতানৈক্যৰ বাবে প্রচণ্ড মাৰপিট

  • আহত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সম্পাদক জিতু হাজৰিকা

  • শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি জিতু হাজৰিকাক

  • একাধিক জুৱাৰীক আটক শিৱসাগৰ আৰক্ষীৰ