টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত...
টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত... road accident
শিলচৰ

শিলচৰ-মিজোৰাম ৰাষ্ট্রীয় ঘাইপথৰ ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু...

Asomiya Pratidin
  • শিলচৰ-মিজোৰাম ৰাষ্ট্রীয় ঘাইপথৰ সৈদপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • টায়াৰ ফুটি নিয়ন্ত্রণ হেৰুৱাই খেতিপথাৰত বাগৰিল টাটা ছুম’ বাহন।

  • ঘটনাস্থলীতে এগৰাকী যাত্রীৰ মৃত্যু, আহত ৪ জন।

  • মৃত লোকজনৰ নাম জুবেল আহমেদ বুলি জানিব পৰা গৈছে।

  • আহতকেইগৰাকীক উন্নত চিকিৎসাৰ বাবে SMCHলৈ প্রেৰণ।